Haliki Puwar by Mahalaxmi
2018 · बॉलीवुड · बॉलीवुड
Haliki Puwar by Mahalaxmi
Haliki Puwar by Mahalaxmi
2018
5m
बॉलीवुड
DISCLAIMER : THIS VIDEO SONG IS JUST A HARMLESS AND HONEST AT CREATING ENTERTAINING VIDEO. PLEASE DON’T APPLY A COPYRIGHT TAKE DOWN REQUEST. IF YOU WANT TO REMOVE THIS SONG THAT YOU OWN PLEASE COMMENT BELOW. WE WILL SURELY RESPOND TO IT. THANK YOU. শালিকী পুৱাৰ ৰ’দালি দেখিলে তোমালৈ মোৰ মনতে পৰে বুকুৰ উশাহ হিম হৈ থাকে কিজানি তোমাতে গলিব পাৰে হিয়াৰ থাপনা থাপিলো তোমাক জনমে জনমে পূজিছোঁ তোমাক শালিকী পুৱাৰ ৰ’দালি দেখিলে তোমালৈ মোৰ মনতে পৰে সন্ধিয়াৰ লুইতে জোকালে মোক মেঘালী আকাশে জোকালে মোক বলিয়া ফাগুনে জোকালে মোক অসহায় শাওণে জোকালে মোক ক’তে তোমাকেনো পাও খুলি মনৰ কথা কও ক’তে তোমাকে লুকাও চিকুটি চিকুটি চাও অ’ মন ভৰি ৰয় মাঠোঁ তোমাৰ বাবে শালিকী পুৱাৰ ৰ’দালি দেখিলে তোমালৈ মোৰ মনতে পৰে বুকুৰ উশাহ হিম হৈ থাকে কিজানি তোমাতে গলিব পাৰে তিমিৰ বৰণ তোমাৰ চকু দেখিছিলোঁ মোৰেই চকুযুৰি আঁকিলো তোমাতেই য’ত আশা হেৰুৱালোঁ মোৰ ওঁঠৰে ভাষা যাযাবৰী দিন যায় ৰাতিও যে নুপুৱাই মিঠা মিঠা কথা কয় হাততো যে নৰয় অ’ সপোনে আগছে মনে মনে শালিকী পুৱাৰ ....